আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ

Image
                !!  অষ্টম দৰমহা আয়োগ  !!    !! চৰকাৰী কৰ্মচাৰীৰ বাবে এক ভাল খবৰ!!          !! আহি আছে নতুন দৰমহা আয়োগ !!            শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে, যাৰ ফলত ৪৯ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞ সকলৰ মতে ফিটমেণ্ট ফেক্টৰ ২.৮৬ লৈ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্মচাৰীৰ দৰমহা ১০%ৰ পৰা ৩০% বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিব। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহা ১,০০,০০০  হয়, তেন্তে বৃদ্ধিৰ পিছত ই ১,৩০,০০০  হ’ব পাৰে ! ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত বিভিন্ন স্তৰৰ কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি পাব। লেভেল-১ৰ কৰ্মচাৰীৰ বৰ্তমানৰ নূন্যতম দৰমহা ১৮,০০০ টকা ৰ পৰা ৫১,৪৮০ লৈ বৃদ্ধি পাব পাৰে, আনহাতে লেভেল-২ৰ কৰ্মচাৰীৰ দৰমহা ১৯,৯০০ ৰ পৰা ৫৬,৯১৪ লৈ বৃদ্ধি পাব পাৰে। একেদৰে লেভেল-৩ কৰ্মচাৰীৰ দৰমহা ২১,৭০০ ৰ পৰা ৬২,০৬২ লৈ বৃদ্ধি পাব পাৰে। এই বৃদ্ধিয়ে সকলো স্তৰৰ কৰ্মচাৰী...

ব্যৱসায় কৰি উপাৰ্জন কৰক



        আপুনি যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে কি ব্যৱসায় কৰিলে ভাল লাভবান হ'ব পাৰি তেনেহলে শেষলৈকে পঢ়ক । 
১) ধুপকাঠীৰ ব্যৱসায়:: 
     আপুনি ধুপকাঠীৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে।ধুপকাঠী ব্যৱসায়ত আপোনাক বহুত টকাৰ প্ৰয়োজন নাই। ধুপকাঠী নিজে বনাই পেকিং কৰি বিক্ৰী কৰিব পাৰে। নাইবা ধুপকাঠী বনোৱা কেঁচা সামগ্ৰী আনি ধুপকাঠী বনাইও বিক্ৰী কৰিব পাৰে। ভাৰত বিশ্বৰ প্ৰধান ধূপ উৎপাদনকাৰী দেশ আৰু ই অন্য দেশলৈ প্ৰধান ৰপ্তানিকাৰক। ভাৰতত ধূপ কাঠ, যাক আগৰবাটী বুলি কোৱা হয় । ভাৰতৰ কুটিৰ উদ্যোগৰ অংশ আৰু প্ৰাচীন কালৰে পৰা এই অঞ্চলৰ বহু ধৰ্মৰ গুৰুত্বপূৰ্ণ অংশ। ধূপ নিৰ্মাণৰ পদ্ধতিৰ সৈতে  ১৯ শতিকাৰ শেষৰ ফালে ভাৰতত বাঁহৰ লাঠিৰ উৎপত্তি হৈছিল, ই বহুলাংশে ৰোল্ড, এক্সট্ৰুড বা আকৃতিৰ পদ্ধতিৰ ঠাই লয় যিটো ভাৰতত এতিয়াও ধূপৰ বাবে ব্যৱহাৰ কৰা হয়।




২) ৰিচেল মাৰ্কেটি ::
          আজিকালি মানুহৰ সময়ৰ অভাৱ গতিকে আপুনি হলচেল মাৰ্কেটৰ পৰা সামগ্ৰী ক্ৰয় কৰি সৰু সৰু দোকান বিলাকলৈ গৈ সামগ্ৰী বিক্ৰী কৰিব পাৰে। অৱশ্যে এই কামত আপোনাক কিছুমান নথি পত্ৰৰ প্ৰয়োজন হ'ব।

৩) গাড়ী ভাড়া :: 
      আজিকালি প্ৰায়ে চহৰ নগৰত দেখা যায় OLA, UBER, আপোনাৰ যদি টকা আছে তেনেহলে চাৰিচকীয়া বাহন কিনি OLA, UBER ত চুক্তি কৰি দিও টকা উপাৰ্জন কৰিব পাৰে।

৪) ঘৰ ভাড়া::
          আটাইতকৈ ভাল লাভবান ব্যৱসায়টো হ'ল ৰুম ভাড়া ( ঘৰ ভাড়া) দিয়া। আপুনি এবাৰ যদি টকা খৰচ কৰি ঘৰ ভাড়া দিয়াৰ বাবে ৰুম বনাই ইয়ে আপোনাক বহু দিনলৈ টকা দি থাকিব।।

Comments

Popular posts from this blog

আপোনাৰ সন্তানে যদি অধিক মোবাইল চায় তেন্তে ভালদৰে পঢ়ক

Business vs Job

সুখৱৰ ।। কেন্দ্ৰীয় বাজেট ২০২৫-২০২৬ ত বৃহৎ সকাহ ৩‌য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ

What is Mutual fund

What is Passive income (নিষ্ক্ৰিয় আয়) কি??.... জানিবলৈ পঢ়ক......

Passive income ideas

What is insurance

Small Cap মিউচুৱেল ফাণ্ডৰ বিষয়ে কিছু জানো আহক

Post office National Savings Recurring Deposit Account(RD)

যান বাহন চলাওতে আপোনাৰ চালান কাটিছিল নেকি? যদি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত চালান লাগি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ