আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ
কেন্দ্ৰীয় বাজেটৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য ::
ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ সুখবৰ । এতিয়াৰে পৰা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব নালাগে আয়কৰ (Income Tax)। কিয়নো এইবাৰ কেন্দ্ৰীয় বাজেটত ১২লাখ টকালৈ আয়ৰ ৰেহাই দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে ।
এতিয়াৰে পৰা ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে দিব নালাগে আয়কৰ। কিয়নো এইবাৰ কেন্দ্ৰীয় বাজেটত ১২লাখ টকালৈ আয়ৰ ৰেহাই হ’ব বুলি ঘোষণা কৰা হৈছে । বাজেটৰ মুখ্য দিশ হৈছে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ বাবে সকাহ প্ৰদান কৰা । মধ্যবিত্তৰ পকেটত পইচা ৰাহি হোৱাতো আমাৰ প্ৰথম উদ্দেশ্য ।।
তেখেতে আৰু কয় যে ১২ লাখ টকালৈকে আয়কৰ ৰেহাই দিয়াৰ অৰ্থ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কোনো কৰ্মচাৰীয়ে এতিয়া আয়কৰ দিব নালাগে।
লগতে মুখ্যমন্ত্ৰী মহোদয় গৰাকীয়ে কয় যে যিসকলে মাহত ১লাখ টকা দৰমহা পায়, সেইসকল লোকেহে দিব লাগিব আয়কৰ। এতিয়া ৰাজ্যৰ বহুসংখ্য চৰকাৰী কৰ্মচাৰীয়ে এতিয়া আয়কৰৰ আওতাৰ পৰা বাহিৰত আহিব ।।
Buy your needs with Flipkart :: Click here
অনুগ্ৰহ কৰি পেজটো লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব ।।
Comments
Post a Comment
ধন্যবাদ