আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ
যান বাহন চলাওতে আপোনাৰ চালান কাটিছিল নেকি? যদি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত চালান লাগি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ ।
০৮/০৩/২০২৫ তাৰিখে বহিব লোক আদালত । এই লোক আদালতে কিছুমান চুক্তিত আপোনাক চালানৰ পৰা মুক্তি দিব । এই আদালতে তলত দিয়া নিয়ম উলংঘাকাৰী সকলক ৰেহাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে
১) আপুনি যদি হেলমেট অবিহনে বাহন চলাওতে আপোনাৰ চালান কাটিছিল তেন্তে আপুনি লোক আদালতত ৰেহাই পোৱাৰ সম্ভাৱনা আছে।
২) আপুনি যদি বাহন চলাওতে চিটবেল্ট পৰিধান নকৰাৰ বাবে চালান কাটিছিল তেন্তে আপোনাৰ চালান ৰেহাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
৩) আপুনি যদি বাহন চলাওতে ৰেড লাইট দিয়াৰ পিছতো ৰাষ্টা পাৰ হৈছিল তাৰ হোৱাৰ বাবে চালান কাটিছিল তেন্তে আপোনাৰ চালান ৰেহাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।
মন কৰিবলগীয়া কথা হ'ল যে আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনত কোনো ধৰণৰ দুৰ্ঘটনা জড়িত গোচৰ (Police Case) থাকিব নোৱাৰিব । তেতিয়াহে আপুনি চালান ৰেহাই পোৱাৰ সম্ভাৱনা আছে।।
আপুনি যদি মাদক দ্ৰব্যৰ সেৱন কৰি বাহন চলোৱাৰ বাবে যিসকলৰ চালান কাটিছিল সেইসকলৰ চালান ৰেহাই দিয়াৰ সম্ভাৱনা যথেষ্ট কম ।।
০৮/০৩/২০২৫ চনৰ লোক আদালতত চালান ৰেহাই পাবলৈ তলত দিয়া লিংকটোত গৈ আপুনি অনলাইনত ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু নিজৰ নথি-পত্ৰ সন্নিবিষ্ট (আপলোড)কৰিব লাগিব ।।
(1) Official website Lok Adalat
Click Here: https://nalsa.gov.in
(1) Bike, Car Insurance
Click Here :: Insurance Karo
।। ধন্যবাদ।।
Comments
Post a Comment
ধন্যবাদ