আহি আছে নতুন দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগ
!! অষ্টম দৰমহা আয়োগ !! !! চৰকাৰী কৰ্মচাৰীৰ বাবে এক ভাল খবৰ!! !! আহি আছে নতুন দৰমহা আয়োগ !! শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে, যাৰ ফলত ৪৯ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ লাখ পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিশেষজ্ঞ সকলৰ মতে ফিটমেণ্ট ফেক্টৰ ২.৮৬ লৈ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কৰ্মচাৰীৰ দৰমহা ১০%ৰ পৰা ৩০% বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিব। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহা ১,০০,০০০ হয়, তেন্তে বৃদ্ধিৰ পিছত ই ১,৩০,০০০ হ’ব পাৰে ! ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ ফলত বিভিন্ন স্তৰৰ কৰ্মচাৰীৰ দৰমহাও বৃদ্ধি পাব। লেভেল-১ৰ কৰ্মচাৰীৰ বৰ্তমানৰ নূন্যতম দৰমহা ১৮,০০০ টকা ৰ পৰা ৫১,৪৮০ লৈ বৃদ্ধি পাব পাৰে, আনহাতে লেভেল-২ৰ কৰ্মচাৰীৰ দৰমহা ১৯,৯০০ ৰ পৰা ৫৬,৯১৪ লৈ বৃদ্ধি পাব পাৰে। একেদৰে লেভেল-৩ কৰ্মচাৰীৰ দৰমহা ২১,৭০০ ৰ পৰা ৬২,০৬২ লৈ বৃদ্ধি পাব পাৰে। এই বৃদ্ধিয়ে সকলো স্তৰৰ কৰ্মচাৰী...
Comments
Post a Comment
ধন্যবাদ